Tuesday, 17 January 2017

জ্যোতিৰ পৰশ

জ্যোতিৰ পৰশ
==========
কামৰূপা ধন্যস্বৰূপা হ'
জ্যোতিৰে পৰশ পাই
দেশে বিদেশে বিয়পিলে
কৃষ্টিৰে সুৱাস লৈ
লুইতৰ বুকুত জাগে উছাহৰ ঢল
শ্যামৰূপা অসমী কীৰিতিৰে থল
দেশৰ গৰিমা বিয়পি গ'
তেজাল গীতি গাই
জয়মতী সতীৰ অনুপম ত্যাগ
বুকুত বান্ধি লৈ অসমীয়া জাগ
ৰূপালি পটত আঁকি থ'
কোঁৱৰ জ্যোতি ককাই

জ্যোতিষ কুমাৰ দেৱ ৷৷

No comments:

Post a Comment