অনুভৱী প্ৰেয়সী
মই নহয় কোনো
নীলনয়না
নতুবা কোনোবা পৰিণীতা
যাৰ বাবে পাতিবা তুমি
শব্দ মেলা
অথবা,
স্থগিত ৰাখিবা
হৃদয়ৰ নিলাম....
,
তুমি স্মৃতিৰ ষ্টেচনত ৰৈ
নিৰাশাৰ লগত তেওঁক বিনিময় কৰা
আৰু মই,
তোমাৰ লগত নিৰাশাক সাৱতি
আলফুলে থৈ দিও হৃদয়ৰ কোণত...
,
নতুবা কোনোবা পৰিণীতা
যাৰ বাবে পাতিবা তুমি
শব্দ মেলা
অথবা,
স্থগিত ৰাখিবা
হৃদয়ৰ নিলাম....
,
তুমি স্মৃতিৰ ষ্টেচনত ৰৈ
নিৰাশাৰ লগত তেওঁক বিনিময় কৰা
আৰু মই,
তোমাৰ লগত নিৰাশাক সাৱতি
আলফুলে থৈ দিও হৃদয়ৰ কোণত...
,
অপেক্ষা মইও কৰো,
তুমি কৰা
দিনবোৰ মাহ হোৱাৰ
আৰু মই কৰো
বছৰবোৰ ছুটি হোৱাৰ....
,
তুমি কোৱা,
জীৱন বৰ নিৰস
আশাবোৰ মিছা
হাঁহিবোৰে কষ্ট দিয়ে
আৰু মই...
শূণ্যতাৰ বুকুতো
আশাৰ ৰেঙণি আঁকি লৈ
নিসংগতাৰ আলিংগনেৰে
হৃদয়ক কঠিন কৰি
সময়ক চলা
তুমি কৰা
দিনবোৰ মাহ হোৱাৰ
আৰু মই কৰো
বছৰবোৰ ছুটি হোৱাৰ....
,
তুমি কোৱা,
জীৱন বৰ নিৰস
আশাবোৰ মিছা
হাঁহিবোৰে কষ্ট দিয়ে
আৰু মই...
শূণ্যতাৰ বুকুতো
আশাৰ ৰেঙণি আঁকি লৈ
নিসংগতাৰ আলিংগনেৰে
হৃদয়ক কঠিন কৰি
সময়ক চলা
ණ ডুলুমণি ৰায় ৷
No comments:
Post a Comment