গল্ফীৰ ডায়েৰি:
এবাৰ মাজনী বাইদেৱে ভাগিনীয়েকক সাধু কৈ আছে৷ সাধু কোৱাৰ মাজতে বাইদেউ টোপনি গ’ল৷ভাগিনীয়েকে সুধি আছে – “মাহী,মাহী,তাৰপিছত কি হ’ল?” মাজনী বাইদেৱে টোপনিৰ জালতে উত্তৰ দি আছে – “তাৰপিছত টাইটেনিকখন পৰি গ’ল!”
ভাগিন: “ক’ত পৰিল মাহী?”
মাজনী বাইদেউ: ৰৰৈয়া ফিল্ডত !!

কবি:-
ණ মৌচুমী বৰি।