‘কাঁচিয়লী সপোনৰ ডিঙা’ (২)
সিদিনা চুবুৰীটিত
বৰষা নামিছিল ৷ প্ৰথমজাক, হৃদয়ৰ উপবন উপচাই ৷ সন্মুখতে দেখিছিলো গাভৰু ফাগুণৰ সুৱাস ওলমি পৰা
অভিমানী আৱেগ ৷ আবেলিৰ আকাশত কৃষ্ণচূড়াৰ সোণোৱালী সপোনৰ ৰাগীৰে মগন উশাহ ৷ সেই তেতিয়াৰ পৰা আজিও মোক সোঁৱাৰাই এই কথা কেঁচা কলিজাৰ
ভাষাৰে...যেতিয়া আকৌ এজাক নামি আহে অনামী ভালপোৱা.... ৷ লগনৰ চিৰ সেউজ হৰিণী দুনয়নেৰে প্ৰিয়জন
কুমলীয়া ডিঙা উজায়ে যায় ৷
ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment