কবিয়েহে বুজে
কবিতাৰ দুখ সুখ ,
প্ৰেমৰ ঠিকনা ,
নৈৰ গতি ,
আকাশৰ ব্য়াকুলতা ,
বতাহৰ গান ,
সেউজৰ ক্ৰন্দন ,
আৰু বুজে বুকুৱে বুকুৱে
ঠেকা খাই
কলিজাত থিতাপি লোৱা
ভালপোৱাৰ প্ৰলাপ ।
কবিতাৰ দুখ সুখ ,
প্ৰেমৰ ঠিকনা ,
নৈৰ গতি ,
আকাশৰ ব্য়াকুলতা ,
বতাহৰ গান ,
সেউজৰ ক্ৰন্দন ,
আৰু বুজে বুকুৱে বুকুৱে
ঠেকা খাই
কলিজাত থিতাপি লোৱা
ভালপোৱাৰ প্ৰলাপ ।
কবি:-ණ স্বপ্না ভটাচাৰ্য্য শৰ্মা ৷৷
No comments:
Post a Comment