"ফাগুন"
তোৰ দুখৰ
হুমুনিয়াহে
বুৰাই পেলালে
মোৰ হেপাহৰ
এমোকোৰা হাহি
আহচোন
বিজতৰীয়া সপোনৰ
চাকৈনৈয়াত
পিৰিতিৰ ৰহন সানি
চুই যাও তোৰ
হেঙুল বুলীয়া
হৃদয় খনি ।
মই
সেউজীয়া হম
তোৰ দৰে ।
হুমুনিয়াহে
বুৰাই পেলালে
মোৰ হেপাহৰ
এমোকোৰা হাহি
আহচোন
বিজতৰীয়া সপোনৰ
চাকৈনৈয়াত
পিৰিতিৰ ৰহন সানি
চুই যাও তোৰ
হেঙুল বুলীয়া
হৃদয় খনি ।
মই
সেউজীয়া হম
তোৰ দৰে ।
কবি :- ණ জিতুমণি চহৰীয়া ৷
No comments:
Post a Comment