Monday, 27 February 2017

হাইকু(১১) --ණ অংকুৰ শইকীয়া

হাইকু(১১)
দৃশ্যবোৰ
শেষ হাঁহিৰে
নাৱৰীয়াৰ নাও
সন্ধ্যা সীমান্ত
----
প্ৰাচীন সুৰ
শেলুৱৈ ভৰা দুখ
নতুন বাট
----
সোণাৰু ফুল
পশ্চিম দিগন্ত ছৈ
ঢৌ তোলা নদী
----
সমস্ত সুখ
আকাশ আৰু নদী
এখোজ আকৌ


কবি:- ණ অংকুৰ শইকীয়া ৷৷

No comments:

Post a Comment