Tuesday, 21 February 2017

কনিষ্ক-ණ লীনা হাজৰিকা



কনিষ্ক

কটা মূৰটো আনি
'ত প্ৰক্ষেপ কৰিলা ?
এটা নগ্ন শৰীৰত ?
বিজ্ঞানৰ অভশাপ
বিবস্ত্ৰা নকৰিবা
উন্মাদ হ'ব ধৰিত্ৰী
আত্মহননৰ পথ বাচি লব ।
বি:-লীনা হাজৰিকা

No comments:

Post a Comment