Monday, 20 February 2017

গল্ফীৰ ডায়েৰি:ණ মৌচুমী বৰি ৷



গল্ফীৰ ডায়েৰি:
টু টু টুটুঁট....টু টু টুটুঁট...মবাইলৰ সেউজীয়া বুটাম টিপি ক'লো-- "অঁ পৰী কোৱা"
"
মেইল আইডিটো দিয়াচোন"-- সিফালৰ পৰা পৰীৰ উত্তৰ
"
কি? মুৰি লাডু লাগে???" -- কঁপাল কোচাই
"
মেইল আইডি মেইল আইডি"
"
মুৰি লাডু???"
বি:-মৌচুমী বৰি

No comments:

Post a Comment