অভিমানৰ ফটা
চোলাতো
অভিমানৰ ফটা
চোলাতো
ইমান প্ৰিয় নে আপোনাৰ; নে
নতুন এটা ৰঙীণ চোলা কিনিব টকাৰ অভাৱ?
ইমান প্ৰিয় নে আপোনাৰ; নে
নতুন এটা ৰঙীণ চোলা কিনিব টকাৰ অভাৱ?
অহংকাৰৰ বেণীৰে
গুঠা চোলাতো
আপোনাৰ আই পিন্ধিব দিছে নে
কোনোবা আত্মীয়ই?
আপোনাৰ আই পিন্ধিব দিছে নে
কোনোবা আত্মীয়ই?
নাই নাই
আপোনাৰ আই কেনেকৈনো হ'ব পাৰে
গোন্ধ নোহোৱা এজোপা ৰঙহীন ফুল
আপোনাৰ আই কেনেকৈনো হ'ব পাৰে
গোন্ধ নোহোৱা এজোপা ৰঙহীন ফুল
চাগে ভুলতে পিন্ধি
ল'লে
অভিমানেৰে বুটা বছা ফুলৰ ফটা চোলাতো
অভিমানেৰে বুটা বছা ফুলৰ ফটা চোলাতো
কবি :- ණ ৰাজেন দাস ৷
No comments:
Post a Comment