বুকুত এজাক ধুমুহা
(আঠ)
সংগীত প্ৰেমীৰ
শিৰশ্ছেদে
ঢাকিলে আকাশ
কঁপি কঁপি সাগৰীয় শিহঁৰণে
ৰক্তাক্ত কৰিলে ঈশ্বৰৰ কোলা
ঢাকিলে আকাশ
কঁপি কঁপি সাগৰীয় শিহঁৰণে
ৰক্তাক্ত কৰিলে ঈশ্বৰৰ কোলা
শিপা বিচাৰি
ওভালিছো ঘাই শিপা
আস্থাৰ সন্ধানত আদৰিছোঁ সমূলি অনাস্থা
আস্থাৰ সন্ধানত আদৰিছোঁ সমূলি অনাস্থা
ইপাৰে মোৰ স্বদেশ
সিপাৰে অন্য় মানুহৰ দেশ
সিপাৰে অন্য় মানুহৰ দেশ
মানুহৰো যে
বিস্বাস
জন্ম দিয়ে অমানবীয় অবিস্বাস
জন্ম দিয়ে অমানবীয় অবিস্বাস
বুবুৱে বুকুৱে চকু
এতিয়া
বৈধ্য়ভূমিত
তেজে ধোৱা অজস্ৰ বাহু
এতিয়া
বৈধ্য়ভূমিত
তেজে ধোৱা অজস্ৰ বাহু
( ক্ৰমশ )
কবি:-ණ বিপুল কলিতা ৷
No comments:
Post a Comment