গল্ফীৰ ডায়েৰি:
ৰীতিৰ মানুহজনে
ঘৰৰ সকলো বস্তুকে “মোৰ বস্তু” বুলি কয় যেনে—মোৰ গাড়ীখন,মোৰ ডাইনিং টেবুলখন, মোৰ চোফাখন ইত্যাদি ইত্যাদি৷ ঘৰৰ সকলো বস্তুকে “মোৰ” “মোৰ” বুলি কোৱা বাবে এদিন ৰীতি অতিস্থ হৈ পৰিল৷এদিন মানুহজনক ক’লে—“কি হে তুমি সকলো বস্তুকে মোৰ বুলি কোৱা?এইখন আমাৰ সংসাৰ,সকলো বস্তু আমাৰ বুলি কবা আকৌ!” মানুহজনে ৰীতিৰ কথা শুনি “ঠিক আছে” বুলিলে৷
পিছদিনা মানুহজনে
গা ধুবৰ বাবে কাপোৰ বিচাৰি ৰীতিক চিঞৰিলে – “হেৰা, আমাৰ গেঞ্জীটো
আলনাখনত আছিল নহয়, ক’ত থলা?”
ණ মৌচুমী বৰি ৷
No comments:
Post a Comment