বসন্ত
নতুন পুৱাৰ
সূৰ্য্যৰ ৰশ্মিত
ঠাইখনেই অপূৰ্ব সুন্দৰ হৈ পৰিছে ৷
সূৰ্য্যৰ ৰশ্মিত
ঠাইখনেই অপূৰ্ব সুন্দৰ হৈ পৰিছে ৷
নৱবসন্তৰ অমৃত পান
কৰি
প্ৰতিজোপা গছেই সেউজীয়া হৈ পৰিছে
প্ৰতিজোপা গছেই সেউজীয়া হৈ পৰিছে
দুৰণিৰ গছজোপাত
বহি
ৰহন সানিছে
কুলিজনিৰ মিঠা মাতটোৱে ৷
ৰহন সানিছে
কুলিজনিৰ মিঠা মাতটোৱে ৷
দূৰণিৰ পৰা
ৰিণিকি-ৰিণিকি
ভাহি আহিছে ঢোল পেঁপাৰ গুমগুমনি ৷
ভাহি আহিছে ঢোল পেঁপাৰ গুমগুমনি ৷
নৱপুৱাৰ কোমল
বতাহজাকত
প্ৰতিটো প্ৰানীৰ হিয়া
মতলীয়া হৈ পৰিছে ৷
প্ৰতিটো প্ৰানীৰ হিয়া
মতলীয়া হৈ পৰিছে ৷
কবি:-ණ ৰমেন বৰা ৷
No comments:
Post a Comment