দৈৱ:
"ঐ , ইহঁতে যে খোৱাবস্তুবোৰ আমাক দিছে ইহঁতৰ ঘৰত খোৱা মানুহ নাই
নেকি?"
"ধেৎ , সিহঁতে আমাক যিমান দিয়ে তাৰ বহুগুণ পাবলৈ ভগৱানে আশীৰ্বাদ
দিয়ে।" সি ক'লে।
"তেন্তে ভগৱানে আমাকো আশীৰ্বাদ নিদিয়ে কিয়
?"
সি আঙুলি টোৱাই
পূজাৰ সামগ্ৰী বিক্ৰী কৰা দোকান কেইখনলৈ দেখুৱালে।
ණ হিমাংশু ভাগৱতী ৷
No comments:
Post a Comment