প্ৰসংগত প্ৰসৱ
কবিতা বোৰ ধুমুহা নে
ধুমুহা বোৰ কবিতা ....
হিলৈ ভাঙি সোমাই আহিছে
ৰকেটৰ দৰে ,
ধুমুহা বোৰ কবিতা ....
হিলৈ ভাঙি সোমাই আহিছে
ৰকেটৰ দৰে ,
মাটিৰ গোন্ধ নে
কেঁচা ঘামৰ ......
তেজত উজাই,
কেঁচা ঘামৰ ......
তেজত উজাই,
ফুলৰ নে
চকু পানীৰ কেনভাছ..........
বিমূৰ্ত, মূৰ্ত !
চকু পানীৰ কেনভাছ..........
বিমূৰ্ত, মূৰ্ত !
No comments:
Post a Comment