"মিতভাষ"(৬০)
উজাগৰী সেই ৰাতিটো
উজাগৰী সেই ৰাতিটো
টোপনি অহা নাছিল ৷ পানীপতাত বৰষুণৰ টোপালবোৰে ঘনাই উশাহ সলাইছিল ---- আৰু মোক যেন খেদি ফুৰিছে মৰিচীকাৰ সপোন এটিয়ে
---- স্তব্ধ কৰি দিছিল জীৱনৰ প্ৰতিটো পৰ্ব ---- বুকুৰ
প্ৰৱাসিত তেজ ৷ কিয়বা ....? মোৰ পৰা আতৰি যোৱা নৈখনে তেতিয়া ---- হাবিয়ে বননিয়ে বৈ গৈছিল
গভীৰলৈ ৷
কবি:- ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment