Thursday, 16 February 2017

হাইকু(১০) কবি:- ණ অংকুৰ শইকীয়া

হাইকু(১০)
ফাগুন
স্বপ্ন-মাধুৰী
ফাগুনৰ গজালি
লঠঙা ডালত
----
বৰ্ণিল বাট
সেউজ পৰ্বৰ ঢৌ
ফাগুনীয়া বা
----
এজাক পক্ষী
অন্তৰ ৰং দাপোন
ফাগুন বেলা
----
নৈ ফাগুনৰ
বসন্ত স্বপ্ন সিবাটে
ডিঙা উজাই
বি:- অংকুৰ শইকীয়া

No comments:

Post a Comment