" আজিৰ ৰ’দ জাক "
--------------------------------
সোণমাইনা হতে সৰুতে--------------------------------
সৰস্বতী পুজালৈ গৈছিল ৷
আজি তাই কলেজত পঢ়ে ৷ তাইৰো বৰ হেপাহ এইবাৰ পুজাত যাবলৈ ,
কিয়নো এইবাৰ তাইৰ লগৰ গোতেই কেইজনী পুজাত আহিব ন কৈ সাজি ৷, কিন্তু এটা সমস্যা আছে ৷ তাই পুজালৈ নিম বুলি ভবা কাপোৰ সাজ তাইৰ মাহি মাকৰ ৷
অইনবেলি মাহিমাকে তাইক কাপোৰ সাজ নিবলৈ দিয়ে পুজালৈ ৷ কিন্তু এইবাৰ মাহিমাকে কাপোৰ সাজ লৈ গৈছে ৷ ভায়েকৰ বিয়ালৈ, বিয়াত পানী তুলাত পিন্ধিব বুলি ৷
সেই বাবে আজি তাইৰ আশাবোৰ নিৰাশা হোল , আৰু তাই চলচলিয়া চকুৰে চাই থাকিল নিয়ৰৰ বাধা ফালি অহা ৰদ জাকলৈ
নিৰাশাৰে ৷ আৰু মনতে ভাবিলে ,আজিৰ ৰদ জাক বৰ আপদিয়া ৷ ৷
----------------------------------------------
কবি:- ✍উৎপল মেধি ৷
No comments:
Post a Comment