‘কাঁচিয়লী সপোনৰ ডিঙা’ (৩)
ফাগুনৰ গুঞ্জন
৷কিমান স্পন্দন উঠে হেপাহৰ নৈ ৷ সেই ফাগুনতে বিনিময় কৰো এজাক বৰষুণ ৷ বৰষুণজাকত তিতি উঠা নমা কৰা বুকুৰ অবুজ ঢৌ ৷ আৱৰি ৰাখো বুকুৰ ৰসঘৰ এনে হেন উষ্ণতাত, উজ্বলাই ৰাখো মন মাজুলী অনন্ত সুখ সমস্ত
সত্তাত ৷
চৌদিশে শুকুলা আকাশ ভৰি পৰিপূৰ্ণতাৰ ৰেঙনী ৷ এনে লাগে যেন বৰষুণজাকৰ উৰণিৰ তলত জোনৰ এখনি মুখ ৷ তাতে আকৌ ফাগুনৰ বৰষুণ ৷ পৰিপক্ক যৌৱনত বৰষুণজাকৰ আভাৰে গুণগুণনি ওঁঠত এমুঠি পোহৰৰ বাট বুলো ৷ হয়তো বুকুত জীপাল হয় হেজাৰটা কৃষ্ণচুড়া সপোন ৷সঁচাকৈয়ে সেই সুদিনৰ দৰে……সুমধুৰ ক্ষণৰ প্ৰতিশ্ৰুতিৰে ..... ৷
ණ অংকুৰ
শইকীয়া চৌদিশে শুকুলা আকাশ ভৰি পৰিপূৰ্ণতাৰ ৰেঙনী ৷ এনে লাগে যেন বৰষুণজাকৰ উৰণিৰ তলত জোনৰ এখনি মুখ ৷ তাতে আকৌ ফাগুনৰ বৰষুণ ৷ পৰিপক্ক যৌৱনত বৰষুণজাকৰ আভাৰে গুণগুণনি ওঁঠত এমুঠি পোহৰৰ বাট বুলো ৷ হয়তো বুকুত জীপাল হয় হেজাৰটা কৃষ্ণচুড়া সপোন ৷সঁচাকৈয়ে সেই সুদিনৰ দৰে……সুমধুৰ ক্ষণৰ প্ৰতিশ্ৰুতিৰে ..... ৷
No comments:
Post a Comment