চহা কবিতা
_______________
কিছুমানে গঢ়ে কিছুমানে ভাঙে
কিছুমানে হাঁহে কিছুমানে কান্দে
কিছুমানে দূৰৈৰ পৰাই চাই থাকে
চাই চাই হাততালি দিয়ে
যেন খেলুৱৈৰ ফুটবল
ঢোপখেলৰ ঢোপ
_______________
কিছুমানে গঢ়ে কিছুমানে ভাঙে
কিছুমানে হাঁহে কিছুমানে কান্দে
কিছুমানে দূৰৈৰ পৰাই চাই থাকে
চাই চাই হাততালি দিয়ে
যেন খেলুৱৈৰ ফুটবল
ঢোপখেলৰ ঢোপ
কিছুমানে বোকা
ছটিয়াই
বোকা-ভাওনাতে ৰঙ পায়
কিছুমানে জিকে
আন কিছুমানৰ কণ-কঠীয়া মৰে
বোকা-ভাওনাতে ৰঙ পায়
কিছুমানে জিকে
আন কিছুমানৰ কণ-কঠীয়া মৰে
জিকাই
জিকক
মৰাই
মৰক
কাক মাৰি কোনে খায়
নিজ সিদ্ধি মাথোঁ সাৰ
কাৰ কথা কোনে শুনে
সময় নোলায় আনৰ বাবে
জিকক
মৰাই
মৰক
কাক মাৰি কোনে খায়
নিজ সিদ্ধি মাথোঁ সাৰ
কাৰ কথা কোনে শুনে
সময় নোলায় আনৰ বাবে
জনে জনে মত
জনে জনে কথা
জনে জনে বিশ্বাস
জনে জনে বিৰাগ
এজন হ'ল ধোঁৱা-তুলসীৰ পাত
আনজন বোলে সাত-শতৰুৰ জাত
কাৰোবাৰ আকাশত পূৰ্ণিমা
আন কাৰোবাৰ ঘোৰ অমানিশা ৷
জনে জনে কথা
জনে জনে বিশ্বাস
জনে জনে বিৰাগ
এজন হ'ল ধোঁৱা-তুলসীৰ পাত
আনজন বোলে সাত-শতৰুৰ জাত
কাৰোবাৰ আকাশত পূৰ্ণিমা
আন কাৰোবাৰ ঘোৰ অমানিশা ৷
কবি:-ණ চামচুল হক ৷৷
No comments:
Post a Comment