Thursday, 2 February 2017

“এপিটাফ” কবি:- - নীলাভ সৌৰভ।‌

এপিটাফ
ঈগল এটা আহি থপিয়াই নিলে আঙুলি
মূৰ তুলি সুধিবলৈকো
হেঙুলীয়াই হাঁহে আকাশে
কি বুলি মাতো সন্ধ্যা চৰাই
অচিন অচিন সুবাস উৰে
লিখিবলৈ শুকান চকুৰ দুকুল
'ত ত'ত সিঁচৰতি চুমাফুল চুমাফুল ৷৷


কবি:- - নীলাভ সৌৰভ।‌

No comments:

Post a Comment