Monday, 6 February 2017

এক মিনিটৰ গল্প :-নিলোৎপল

এক মিনিৰ গল্প
---------------
দেউতা কোৱা না কলৈ যাম এইবাৰ,,,,পৰীক্ষা আজি শেষেই হব স্কুল বন্ধৰ কিদিন কত ফুৰিব যাম,,,,,,সাত বছৰিয়া চান্তুয়ে দেউতাকক সুধিলে,,,,স্কুল বন্ধ হলেই দেউতাকে সিহঁতক ফুৰাবলৈ লৈ যায়,,,চান্তুৰ বিৰাত ফুৰ্তি অলপ দীঘলীয়া দিনৰ বাবে ঘৰৰ পৰা বাহিৰত কৰবাত সি ফুৰিব যাব পঢ়া শুনা বেচিকে কৰিব নালাগিব ভনীয়েকৰ লগতো বহুত খেলিব তাৰ বহুক কল্পনা,,মুঠতে তাৰ আজি বিৰাত ফুৰ্তি তেনেতে ওচৰতে ঘৰ সাৰি থকা চান্তুৰ সমবয়সীয়া চিত্ৰই চান্তুৰ দেওতাকক সুধিলে চাৰ এই বন্ধকিদিনত এবাৰ মই ঘৰলৈ যাম বুলি ভাবিছো ভনিজনিলৈ বৰকৈ মনত পৰিছে।।।#(নিলোৎপল)

No comments:

Post a Comment