হাইকু(৯)
দৃশ্যপট
মৌ-সনা মাত
পক্ষীৰৱ প্ৰভাতী বেলা
ধৰাৰ বুকু
----
বসন্ত ফুল
চিকুণ সপোনৰ চাক
সুৰীয়া বাঁহী
----
লাজুকী লতা
শেষৰ উশাহ ঘন
শুকুলা মেঘ
----
প্ৰাণ বৰষা
পাখি গজা বৰদৈচিলা
ফাগুনৰ বা
পক্ষীৰৱ প্ৰভাতী বেলা
ধৰাৰ বুকু
----
বসন্ত ফুল
চিকুণ সপোনৰ চাক
সুৰীয়া বাঁহী
----
লাজুকী লতা
শেষৰ উশাহ ঘন
শুকুলা মেঘ
----
প্ৰাণ বৰষা
পাখি গজা বৰদৈচিলা
ফাগুনৰ বা
কবি:-ණ অংকুৰ শইকীয়া ৷৷
No comments:
Post a Comment