"মৃগ- নয়না"
ইউফ্ৰেটিছ আৰু
ট্ৰাইগ্ৰিছৰ পাৰে পাৰে
মোৰ যাত্ৰা মৃগ-নয়না বিচাৰি
মুণিচুনিৰ মেদিনীত স্মৃতিৰ টোপালা বান্ধি
মোহাচ্ছন্ন হওঁ
মৃগাক্ষী মোৰ ক'ত ?
মৃগতৃষ্ণা মৃত্তিকাত যে দুৰ্লভ ।
মোৰ যাত্ৰা মৃগ-নয়না বিচাৰি
মুণিচুনিৰ মেদিনীত স্মৃতিৰ টোপালা বান্ধি
মোহাচ্ছন্ন হওঁ
মৃগাক্ষী মোৰ ক'ত ?
মৃগতৃষ্ণা মৃত্তিকাত যে দুৰ্লভ ।
কবি:-ණ লীনা হাজৰিকা ৷৷
No comments:
Post a Comment