Monday, 5 June 2017

প্ৰতি পলকতে'ණ চন্দন বেজবৰুৱা



 'প্ৰতি পলকতে'





প্ৰতি পলকতে
নিচুকনি নিয়ৰৰ নিমন্ত্ৰণ ,
এটি কোষত মৃত্যুৰ
নিতান্তই প্ৰয়োজন


দিন আৰু ৰাতি
মাহ আৰু বছৰ
হৃদয় ভেদি সোমাই সময়


বৰষুণৰ বানাসুৰে
কপালে কপাল
আকাশত তিৰবিৰাই তৰা


তৰোৱালৰ আঘাতত
সপোন সৰে
মজিয়াত শিশুৰ
শিল ভাঙি শিল্প
আন্ধাৰৰ আৰে লুকাই ।

বি:-
ন্দন বেজবৰুৱা


 'প্ৰতি পলকতে'





প্ৰতি পলকতে
নিচুকনি নিয়ৰৰ নিমন্ত্ৰণ ,
এটি কোষত মৃত্যুৰ
নিতান্তই প্ৰয়োজন


দিন আৰু ৰাতি
মাহ আৰু বছৰ
হৃদয় ভেদি সোমাই সময়


বৰষুণৰ বানাসুৰে
কপালে কপাল
আকাশত তিৰবিৰাই তৰা


তৰোৱালৰ আঘাতত
সপোন সৰে
মজিয়াত শিশুৰ
শিল ভাঙি শিল্প
আন্ধাৰৰ আৰে লুকাই ।

বি:-
ন্দন বেজবৰুৱা

No comments:

Post a Comment