মন তোৰ মন মোৰ (ক)
-- কিশোৰ দাস
তোৰ আধাফুটা হাঁহি
মন মোৰ এটি বাঁহী
মন তোৰ মন তোৰ মন মোৰ মন মোৰ।।
মন মোৰ এটি বাঁহী
মন তোৰ মন তোৰ মন মোৰ মন মোৰ।।
ফুলা-নুফুলা সুৰ
ভুল প্ৰশ্ন নুশুনা উত্তৰ
মন তোৰ মন তোৰ মন মোৰ মন মোৰ।।
ভুল প্ৰশ্ন নুশুনা উত্তৰ
মন তোৰ মন তোৰ মন মোৰ মন মোৰ।।
অচিনা অজানা
জনাবোৰ
নেদেখা নুশুনা অদূৰৰ দেখাবোৰ
মন তোৰ মন তোৰ মন মোৰ মন মোৰ।।
নেদেখা নুশুনা অদূৰৰ দেখাবোৰ
মন তোৰ মন তোৰ মন মোৰ মন মোৰ।।
No comments:
Post a Comment