Wednesday, 28 June 2017

ৰে'লৱে ক্ৰছিং(ক)

ৰে'লৱে ক্ৰছিং(ক)
           -- কিশোৰ দাস
ৰঙা
সোৱৰাই জীৱন
প্ৰত্যাহ্বান
আজি
কাইলৈ চৰা
এই ৰওঁ এই এৰো জীৱ
সেউজীয়া
জীৱনে হাঁহিব
কেতিয়ানো?

জীৱন
তথাপিও আগুৱাব
অলপ গৈ গৈ অলপ ৰৈ ৰৈ।।

No comments:

Post a Comment