Monday, 19 June 2017

(জীৱন সংগ্ৰাম )

(জীৱন সংগ্ৰাম )
         -- দেৱৰাজ কলিতা জীৱ আছে যেতিয়ালৈকে
আছে জীৱন ।
জীৱ ওলাই গলেই হব যে
উশাহৰ মৰণ।।
শোক,তাপ,মায়া আৰু দুখ
জীৱন লগৰী ।
এই মায়াময় সংসাৰ খনত
জীৱ থাকি ঘুৰি।।
সহ্য ,ধৈৰ্য্য ,সাহস ইচ্ছাশক্তি
জীৱনত দৰ্কাৰ।
জীৱন বাটত নানা সংগ্ৰামত
এই সকলো দৰ্কাৰ।।

No comments:

Post a Comment