Wednesday, 21 June 2017

অ-কবিতা - 2

।। অ-কবিতা - 2 ।।
                -- ভাৰত সন্দিকৈ

আহিনীয়া শান্ত সমাহিত নৈ । ভটীয়নী ধাৰত জীৱনৰ জমা-খৰছৰ খতিয়ান । পাৰত বহি আছোঁ মই । পানী যুঁৱলিত চাব খোজোঁ নিজৰ মুখ । অচিনাকি মুখ এখনে সদায় কৰেহি আমনি .....

No comments:

Post a Comment