দলং!
-- কিশোৰ দাস
লৰকা থাকিলে ক'লেহেতেন
জলফাই তলত আমনি লাগিছে
কিমান নো জলফাই খাম?
জলফাই তলত আমনি লাগিছে
কিমান নো জলফাই খাম?
ব্ৰহ্মপুত্ৰতে
ওলোটাকৈ পোত মোক
মানুহবিলাকক টেঙাৰ
বাহিৰে কিবা এটা দে
নদীত জীয়াই থকা
মানুহৰ বাবে
সাগৰ বহু দূৰ!!
সাগৰ বহু দূৰ!!
No comments:
Post a Comment