আপদাল
==============
সাৰ পানী লাগে
পোখা হ'ক কিংবা মানুহ
==============
সাৰ পানী লাগে
পোখা হ'ক কিংবা মানুহ
আপদাল কৰিব লাগে
আগবঢ়াবলৈ
লতাক নাইবা সম্পর্কক
আগবঢ়াবলৈ
লতাক নাইবা সম্পর্কক
মাটিৰ গুণ টানি লৈ
জীপাল হয় গছ
ভালপোৱাকো লাগে বিশ্বাসৰ ভেটি
জীপাল হয় গছ
ভালপোৱাকো লাগে বিশ্বাসৰ ভেটি
মাটিক সাৰুৱা
কৰিবলৈ
সাৰ লাগে
বিশ্বাসক কিহেৰে সিঁচিম
সাৰ লাগে
বিশ্বাসক কিহেৰে সিঁচিম
প্রেমৰ গুড়িত
লাগিল মজাখোৱা
বিহিবা জানো বিহকে
বুকুখন দেখোঁ ভাগি আহে
বিহিবা জানো বিহকে
বুকুখন দেখোঁ ভাগি আহে
- জ্যোতিষ ( ২৫/০৬/২০১৭)
No comments:
Post a Comment