Friday, 30 June 2017

দুশৰীয়া কবিতা (২)

দুশৰীয়া কবিতা (২)
কিয়
কৈছিলা, অন্তৰৰ ভাষাবোৰ ঢৌ তোলা নদী যেন গভীৰ
নিৰৱতাৰ তানপূৰা বজাই উজাগৰী প্ৰতিটো ৰাতিৰ বহু যোজন বাট
-----
লো, সেইয়া ৰাতিৰ আকাশত মেঘৰ উত্সৱ
বৰষুণ আহিব চাগে.... তৰাবোৰ নিৰৱে লোকাই বহু কথা সোঁৱৰাই ৷৷

অংকুৰ শইকীয়া ৷৷

No comments:

Post a Comment