"আত্মগাঠা"
-- জাকিৰ হুছেইন
আখৰুৱাৰ কবিতা:
জুন, ২০১৭
সকলোৱেইতো আছে
কেউকাষে,
আপোন পৰিজন ।
উশাহতো সূহৃদ বতাহ ,
তেজৰ সোঁতে সোঁতে
তোৰ সদম্ভ উপস্থিতি,
অথচ......
বুকুত শতাব্দীৰ নিৰৱতা ।
কিদৰে সামৰো
তগবগ স্মৃতিৰ লাভা !
পথতযে আজি মই
ভীৰৰ মাজতো অকলশৰীয়া
কেউকাষে,
আপোন পৰিজন ।
উশাহতো সূহৃদ বতাহ ,
তেজৰ সোঁতে সোঁতে
তোৰ সদম্ভ উপস্থিতি,
অথচ......
বুকুত শতাব্দীৰ নিৰৱতা ।
কিদৰে সামৰো
তগবগ স্মৃতিৰ লাভা !
পথতযে আজি মই
ভীৰৰ মাজতো অকলশৰীয়া
No comments:
Post a Comment