Friday, 23 June 2017

হাইকু(১৯)

হাইকু(১৯)
প্ৰাত্যাহিক
শিল বাগৰি
পাহাৰী জুৰি পৰা
নদী বুকুত
----
নদী বুকুত
এটি বেলি আকাশ
অশান্ত ঢৌ
----
অশান্ত ঢৌ
নীড় ভঙা পক্ষীৰ
ধূসৰ সন্ধ্যা
----
ধূসৰ সন্ধ্যা
পদূলিমুখৰ গান
সুখ-দুখৰ

অংকুৰ শইকীয়া ৷

No comments:

Post a Comment