---কবিতা---
-- পপী শইকীয়া
আন্তৰিকতাৰে ক'লেও
হৃদয়ৰ ভাষা নহ'ব পাৰে
হৃদয়ৰ ভাষা নহ'ব পাৰে
যিদৰে চিয়াঁহীৰ
মাজতো থাকিব পাৰে
তেজেৰে সিক্ত নৈ
য'ত থাকে অব্যক্ত ভাষাৰ উত্তাপ ।
মই সেই ভাষাৰ গভীৰতাত
অৱগাহন কৰিব খোজোঁ ।
পঢ়ি চাব খোজোঁ
তেজেৰে সিক্ত নৈ
য'ত থাকে অব্যক্ত ভাষাৰ উত্তাপ ।
মই সেই ভাষাৰ গভীৰতাত
অৱগাহন কৰিব খোজোঁ ।
পঢ়ি চাব খোজোঁ
কলমেৰে অকাঁ
ৰেখাচিত্ৰ
আৰু চুই চাব খোজোঁ
তেজেৰে বৈ যোৱা হৃদয়ৰ ভাষা ।
আৰু চুই চাব খোজোঁ
তেজেৰে বৈ যোৱা হৃদয়ৰ ভাষা ।
No comments:
Post a Comment