## প্ৰয়াস##
আজন্ম আহত পাখিজোৰ
খৰকীয়াই
উৰাৰ প্ৰয়াস সিহঁত জাকৰ,
সমূখত মানৱতা বোধেৰে ৰঙীন গগন ।
কিন্তু.........
সিহঁতৰ সুন্দৰ ডেউকা যোৰ
ধৰ্মীয় পঙ্কিলতাৰে লুতুৰি পুতুৰি,
যাক মুক্ত কৰাৰ বাবে প্ৰয়োজন
মানৱতা বোধৰ মহান খৰিকা
আৰু বিষ্ণু ৰূপী মানবীয় চিন্তাধাৰাৰ ।
উৰাৰ প্ৰয়াস সিহঁত জাকৰ,
সমূখত মানৱতা বোধেৰে ৰঙীন গগন ।
কিন্তু.........
সিহঁতৰ সুন্দৰ ডেউকা যোৰ
ধৰ্মীয় পঙ্কিলতাৰে লুতুৰি পুতুৰি,
যাক মুক্ত কৰাৰ বাবে প্ৰয়োজন
মানৱতা বোধৰ মহান খৰিকা
আৰু বিষ্ণু ৰূপী মানবীয় চিন্তাধাৰাৰ ।
***হিৰণ্য কুমাৰ
(কলা গুৰু স্মৰণত)
No comments:
Post a Comment