Tuesday, 13 June 2017

কথা!

কথা!
     -- কিশোৰ দাস
আহক সকলোৱে বহি অলপ কথা পাতোঁ।
এই বৰষুণ এই মন সেমেকা সন্ধিয়া
অলপ নপতা কথা নাইবা সদায় পাতিব নোৱাৰা।

ছন্দ মিলাবলৈ হাঁহি লগতে বৰষুণৰ বাঁহী
অলপ ফিৰফিৰিয়া বতাহ আৰু ওৰ নপৰা কথা।

No comments:

Post a Comment