উত্তৰসূৰী
"""""""""""""
✍🏿সীমান্ত শাণ্ডিল্য
বননি কাটি-কাটি
পথাৰ সজা সকল
বনজুইত এঙাৰ
শিলনি কাটি-কাটি
বাট গঢ়া সকল
গোসাঁই ঘৰৰ অলংকাৰ
"""""""""""""

বননি কাটি-কাটি
পথাৰ সজা সকল
বনজুইত এঙাৰ
শিলনি কাটি-কাটি
বাট গঢ়া সকল
গোসাঁই ঘৰৰ অলংকাৰ
এতিয়া
জীয়াতু ভুগি-ভুগিয়েই জীয়াই থাকিবলৈ
জীৱৰ ভিতৰৰ জীৱ
ওভতি যায় বাৰে-বাৰে
এশটা বছৰ
জীয়াতু ভুগি-ভুগিয়েই জীয়াই থাকিবলৈ
জীৱৰ ভিতৰৰ জীৱ
ওভতি যায় বাৰে-বাৰে
এশটা বছৰ
আমাৰ নিচান এনেকুৱাই
আছিল
মজদুৰৰ পৰা
মহাৰাজলৈ
সকলো সোমাবপৰাকৈ প্ৰকাণ্ড আৰু
তেজস্বী তেজগোঁৰা বৰণীয়া
মজদুৰৰ পৰা
মহাৰাজলৈ
সকলো সোমাবপৰাকৈ প্ৰকাণ্ড আৰু
তেজস্বী তেজগোঁৰা বৰণীয়া
No comments:
Post a Comment