Friday, 23 June 2017

অ-কবিতা -৩

।। অ-কবিতা -।।
                   -- ভাৰত সন্দিকৈ

কোঠাটো বন্ধ কৰি বহুদিন মই সোমাই আছিলোঁ । শীতল পোহৰেও জুমি চাব পৰা নাছিল ভিতৰখন । এদিন তেওঁ আহি কোঠাটোৰ দুৱাৰখন খুলি দিলেহি । ফৰকাল কোঠাটোত এতিয়া মই মোক বিচাৰি হাবাথুৰি খাইছোঁ ....

No comments:

Post a Comment