।। অ-কবিতা - 6 ।।
-- ভাৰত সন্দিকৈ
প্ৰতিনিয়ত মোৰ
জন্ম হয়, হয় মৃত্যুও
মোৰ জন্মৰ অন্ত নাই, মৃত্যুৰো
প্ৰবাহিত সময়ৰ এক ধাবমান গতিত
মই বিলীণ হৈ গৈছোঁ
পৰম তৃপ্তিত আৱেশিত সময় ....
মোৰ জন্মৰ অন্ত নাই, মৃত্যুৰো
প্ৰবাহিত সময়ৰ এক ধাবমান গতিত
মই বিলীণ হৈ গৈছোঁ
পৰম তৃপ্তিত আৱেশিত সময় ....
No comments:
Post a Comment