Saturday, 24 June 2017

অ-কবিতা

।। অ-কবিতা - 5 ।।
                   -- ভাৰত সন্দিকৈ

তেওঁ মোৰ গাতে লাগি থাকে । মধু-পৰশেৰে মোৰ অনুভৱক উতলা কৰে । কিন্তু তেওঁ কোন ? চাব খুজিও দেখা পোৱা নাই । মই বুজিব পৰা নাই - মই দুৰ্বল নে তেওঁ বৰ সবল ?

No comments:

Post a Comment