কথা(খ)
-- কিশোৰ দাস
নিজৰ বাবে পাঁচ
মিনিট নাইবা আনৰ সৈতে এদিন
নিজৰ সৈতে এদিন নাইবা আনৰ বাবে পাঁচ মিনিট
নিজৰ সৈতে এদিন নাইবা আনৰ বাবে পাঁচ মিনিট
কোনটো আপোনাৰ বাবে
গুৰুত্বপূৰ্ণ?
কেতিয়াবা
উঠোঁতে-বহোতে
দুষাৰ নিজৰ কথা নিজৰ লগতেই
পুৰণি নাইবা আজিৰ কথাকেই হওঁক!!
দুষাৰ নিজৰ কথা নিজৰ লগতেই
পুৰণি নাইবা আজিৰ কথাকেই হওঁক!!
No comments:
Post a Comment