Tuesday, 20 June 2017

অ-কবিতা

।। অ-কবিতা - ।।
              -- ভাৰত সন্দিকৈ

এদিন মাখনী মোৰ কাষলৈ আহিছিল । মোলৈ ৰ লাগি চাইছিল । ময়ো চাইছিলোঁ । মাখনী-মাতেৰে মোক 'হাই' বুলৈ কৈ লাহেকৈ আঁতৰি গৈছিল । মই একো কোৱা নাছিলোঁ । অলপ দূৰৰ পৰা ঘূৰি চাই পুনৰ কৈছিল - 'বাই' । তেতিয়াও মোৰ তামৰঙী শৰীৰত লুণীয়া ঘাঁমৰ মটীয়া গোন্ধে মলমলাই আছিল । ....

No comments:

Post a Comment