Monday, 26 June 2017

"মিতভাষ"(৬৭)

"মিতভাষ"(৬৭)
কোনোদিনে কৱ নোখোজো
কোনোদিনে কৱ নোখোজো --- নিজস্ব বোলা প্ৰতিটো দুখৰ কাহিনী --- কোনেও নজনাকে এবুকু দকৈ শিপাওক বুলিয়ে---- জোনাক শেষ হোৱাৰ পৰত --- নামি অহা আন্ধাৰবোৰ --- গুপুতে গুপুতে শিল যেন ভাৱো.... কিয় নাজানো এতিয়াও তেতিয়াও এঢৌ বেদনাতে --- একোকে কৱ নোৱাৰো --- অফুট মাতৰ পাৰ ভঙা চকুলোৰ ভাষা --- জোনাক শেষ হোৱা কিম্বা জোনাক অহাৰ চমু বাটৰ ......৷৷

অংকুৰ শইকীয়া ৷৷

No comments:

Post a Comment