।।মৃত্যুৰ প্ৰেমিক।।

কেনে আছা বুলি
নুসুধিবা
বুকুৰ পোতাশালত এখন মৰা নৈ
নুসুধিবা
বুকুৰ পোতাশালত এখন মৰা নৈ
বুৰঞ্জীৰ উৱলা
পৃষ্ঠাত
জীৱনৰ
বিবৰ্ণ ছবি আঁকিছো
আৰু নিজৰে পৰাজয়তাত নিজেই সমবেদনা জনাইছো
জীৱনৰ
বিবৰ্ণ ছবি আঁকিছো
আৰু নিজৰে পৰাজয়তাত নিজেই সমবেদনা জনাইছো
মৃত্যুৰ সৈতে
এতিয়া মোৰ নিবিড় সম্পৰ্ক
ভিতৰে-বাহিৰে
পুৱা-গধূলি মৃত্যুক কৰমদন কৰোঁ
ভাল-বেয়াৰ খবৰ সুধো
ভিতৰে-বাহিৰে
পুৱা-গধূলি মৃত্যুক কৰমদন কৰোঁ
ভাল-বেয়াৰ খবৰ সুধো
হয়তো এদিন
দুখৰ মদিৰা পি পি মাতাল হৈ পৰিম
মৃত্যুৰ প্ৰেমিক হ'বলৈ
দুখৰ মদিৰা পি পি মাতাল হৈ পৰিম
মৃত্যুৰ প্ৰেমিক হ'বলৈ
No comments:
Post a Comment