Friday, 23 June 2017

অ-কবিতা

।। অ-কবিতা - 4 ।।
                -- ভাৰত সন্দিকৈ

কোলাহলৰ মাজতেই নৈবোৰ বৈ থাকে । যিমানেই বয় সিমানেই বাঢ়ে সিহঁতৰ গভীৰতা । গভীৰতাৰ আন নাম স্থবিৰতা । স্থবিৰতাই কয় - অসীমৰ মোহনালৈ আৰু বেছি দূৰ নাই । ...

No comments:

Post a Comment