Monday, 12 June 2017

কবিতা নহয়

কবিতা নহয়
(2015)
মই দেখাৰ দৰেই তুমিও দেখিছানে
দিঠকৰ সপোন
বাগিচাৰ সপোন

মোৰ বুকুত জুই লগাৰ দৰে
তোমাৰো লাগিছেনে জুই
মিঠা জুই
চিঞৰি চিঞৰি ভাগৰাৰ জুই !
        -- চন্দন বেজবৰুৱা

No comments:

Post a Comment