আখৰুৱাৰ মিতভাষ:
জুন,২০১৭
"মিতভাষ"(৬৫)
কিজানি গোপনে আছে
"মিতভাষ"(৬৫)
কিজানি গোপনে আছে
কিজানি গোপনে আছে
---- পক্ষীৰ মাতে মুখৰিত হোৱা দোকমোকালিৰ পৃথিৱীখনি ---- মুঠি মুঠি সপোনে গঁজালি মেলা ---- নিৰৱধি নৈৰ গতিৰে জী উঠা
হৃদয় এখনি পথাৰ ---- তাত কেতিয়াবা নিজকে অৰ্পন কৰি চাওঁ ----
গভীৰৰ পৰা গভীৰলৈ গৈ ---- কিজানিবা কাঁচিয়লী উশাহৰ ঢৌৰে ---- জীৱনৰ সাঁচতীয়া ছন্দ ---- শান্তিৰ জিৰণি বিচাৰি নিচেই কাষেৰে ডিঙা বাই যায়
....... ৷
ණ অংকুৰ
শইকীয়া
No comments:
Post a Comment