হেৰুৱা সপোন
পুৱাই উঠি দৌৰা
দৌৰি কৈ সি কৰ্মস্থলী লৈ ওলাল । গৈ থাকোঁতেই সপোনটোৰ কথা আন্তৰিকতাৰে গভীৰ ভাবে ভাবি ভাবি কৰ্মস্থলী পালে। ঘৰৰ পৰা
কৰ্মস্থলীলৈ মাথোঁ সাত মিনিট মানৰ বাট। ভাগৰুৱা
দেহ-মনেৰে ঘৰলৈ অহাৰ পৰত চোন বজাৰৰ মোনাটোত তাৰ সপোনটো ক'ৰবাত হেৰাই থাকিল...
কবি:-
ණ শঙ্কৰ জ্যোতি দত্ত ।।
No comments:
Post a Comment