চিন্তন
এতিয়া
জোনাকে খেদে
এন্ধাৰে বুকু ভেদে
জোনাকে খেদে
এন্ধাৰে বুকু ভেদে
নিস্তব্ধতাই
একান্তভাবে আমনি কৰে
নিশাবোৰ উমাল হ'বলৈ পাহৰে
একান্তভাবে আমনি কৰে
নিশাবোৰ উমাল হ'বলৈ পাহৰে
দুবিধাই
দুভাগ কৰে হৃদয়
এভাগে চুব খোজে আকাশ
অন্য়ভাগে কেঁচা মাটিৰ প্ৰনয়
দুভাগ কৰে হৃদয়
এভাগে চুব খোজে আকাশ
অন্য়ভাগে কেঁচা মাটিৰ প্ৰনয়
কবি:
বিপুল চন্দ্ৰ
কলিতা
No comments:
Post a Comment